इस्लाम स्वीकार करें, यहाँ क्लिक करें
ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)

Q.S আল-ফিল (اَلْفِيل) - 5 পদৰ সংখ্যা

(হাতী)

Qari

Murottal Audio

1

اَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِاَصْحٰبِ الْفِيْلِۗ

alam tara kaifa fa‘ala rabbuka bi'aṣḥābil-fīl(i).

আপুনি (মহম্মদে) লক্ষ্য কৰা নাইনে যে আপোনাৰ প্ৰভুৱে হাতী সৈন্যৰ প্ৰতি কেনে আচৰণ কৰিছে?


2

اَلَمْ يَجْعَلْ كَيْدَهُمْ فِيْ تَضْلِيْلٍۙ

alam yaj‘al kaidahum fī taḍlīl(in).

তেওঁলোকৰ প্ৰতাৰণাক তেওঁ অসাৰ কৰি দিয়া নাইনে?


3

وَّاَرْسَلَ عَلَيْهِمْ طَيْرًا اَبَابِيْلَۙ

wa arsala ‘alaihim ṭairan abābīl(a).

আৰু তেওঁ তেওঁলোকৰ ওপৰত চৰাইৰ জাক পঠালে;


4

تَرْمِيْهِمْ بِحِجَارَةٍ مِّنْ سِجِّيْلٍۙ

tarmīhim biḥijāratim min sijjīl(in).

যিসকলে তেওঁলোকৰ ওপৰত পকা মাটিৰ শিল দলিয়াইছিল;


5

فَجَعَلَهُمْ كَعَصْفٍ مَّأْكُوْلٍ ࣖ

fa ja‘alahum ka‘aṣfim ma'kūl(in).

যাতে তেওঁ সেইবোৰক খাবলৈ পাতৰ দৰে কৰি তুলিলে (কেটাৰপিলাৰ)।