9
Q.S আল-বাকাৰাহ (2:9)
يُخٰدِعُوْنَ اللّٰهَ وَالَّذِيْنَ اٰمَنُوْا ۚ وَمَا يَخْدَعُوْنَ اِلَّآ اَنْفُسَهُمْ وَمَا يَشْعُرُوْنَۗ
yukhādi‘ūnallāha wal-lażīna āmanū wa mā yakhda‘ūna illā anfusahum wa mā yasy‘urūn(a).
তেওঁলোকে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰণা কৰে, কিন্তু তেওঁলোকে গম নোপোৱাকৈয়ে কেৱল নিজকে প্ৰতাৰণা কৰে।