8
Q.S আল-বাকাৰাহ (2:8)
وَمِنَ النَّاسِ مَنْ يَّقُوْلُ اٰمَنَّا بِاللّٰهِ وَبِالْيَوْمِ الْاٰخِرِ وَمَا هُمْ بِمُؤْمِنِيْنَۘ
wa minan-nāsi may yaqūlu āmannā billāhi wa bil-yaumil-ākhiri wa mā hum bimu'minīn(a).
আৰু মানুহৰ মাজত এনেকুৱাও আছে যিয়ে কয়, "আমি আল্লাহ আৰু শেষ দিনত বিশ্বাস কৰোঁ" কিন্তু প্ৰকৃততে তেওঁলোক মুমিন নহয়