ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)



32

Q.S আল-আনফল (8:32)

وَاِذْ قَالُوا اللّٰهُمَّ اِنْ كَانَ هٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَاَمْطِرْ عَلَيْنَا حِجَارَةً مِّنَ السَّمَاۤءِ اَوِ ائْتِنَا بِعَذَابٍ اَلِيْمٍ

wa iż qālullāhumma in kāna hāżā huwal-ḥaqqa min ‘indika fa amṭir ‘alainā ḥijāratam minas-samā'i awi'tinā bi‘ażābin alīm(in).

আৰু (মনত ৰাখিবা), যেতিয়া তেওঁলোকে (মুশ্বৰিকসকলে) ক’লে, “হে আল্লাহ, যদি এই (আল-কোৰআন) আপোনাৰ পৰা সত্য হয়, তেন্তে আকাশৰ পৰা আমাৰ ওপৰত শিল বৰষুণ কৰক, নহ’লে আমাৰ ওপৰত যন্ত্ৰণাদায়ক শাস্তি আনিব।”