31
Q.S আল-আনফল (8:31)
وَاِذَا تُتْلٰى عَلَيْهِمْ اٰيٰتُنَا قَالُوْا قَدْ سَمِعْنَا لَوْ نَشَاۤءُ لَقُلْنَا مِثْلَ هٰذَآ ۙاِنْ هٰذَآ اِلَّآ اَسَاطِيْرُ الْاَوَّلِيْنَ
wa iżā tutlā ‘alaihim āyātunā qālū qad sami‘nā lau nasyā'u laqulnā miṡla hāżā, in hāżā illā asāṭīrul-awwalīn(a).
আৰু যেতিয়া আমাৰ আয়াতবোৰ তেওঁলোকৰ ওচৰত পাঠ কৰা হৈছিল, তেতিয়া তেওঁলোকে কৈছিল, "সঁচাকৈয়ে আমি শুনিছো (এই ধৰণৰ আয়াত), যদি আমি বিচাৰো তেন্তে নিশ্চয়কৈ এনেকুৱা কিবা এটা আবৃত্তি কৰিব পাৰিলোঁহেঁতেন। এইটো (আল-কোৰআন) প্ৰাচীনসকলৰ কাহিনীৰ বাহিৰে আন একো নহয়।"