17
Q.S আল-জিন (72:17)
لِّنَفْتِنَهُمْ فِيْهِۗ وَمَنْ يُّعْرِضْ عَنْ ذِكْرِ رَبِّهٖ يَسْلُكْهُ عَذَابًا صَعَدًاۙ
linaftinahum fīh(i), wa may yu‘riḍ ‘an żikri rabbihī yasluk-hu ‘ażāban ṣa‘adā(n).
সেই (প্ৰকাৰে) আমি তেওঁলোকক পৰীক্ষা কৰিম। আৰু যি কোনোৱে নিজৰ প্ৰভুৰ সতৰ্কবাণীৰ পৰা আঁতৰি যাব, তেওঁ নিশ্চয় তেওঁক অতি গধুৰ শাস্তি দিব।