16
Q.S আল-জিন (72:16)
وَّاَنْ لَّوِ اسْتَقَامُوْا عَلَى الطَّرِيْقَةِ لَاَسْقَيْنٰهُمْ مَّاۤءً غَدَقًاۙ
wa allawistaqāmū ‘alaṭ-ṭarīqati la'asqaināhum mā'an gadaqā(n).
আৰু যদি তেওঁলোকে সেই পথত (ইছলাম ধৰ্ম) পোনে পোনে খোজ কাঢ়ি গৈ থাকিলহেঁতেন তেন্তে আমি তেওঁলোকক যথেষ্ট পানী দিলোঁহেঁতেন।