ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)



78

Q.S আল-বাকাৰাহ (2:78)

وَمِنْهُمْ اُمِّيُّوْنَ لَا يَعْلَمُوْنَ الْكِتٰبَ اِلَّآ اَمَانِيَّ وَاِنْ هُمْ اِلَّا يَظُنُّوْنَ

wa minhum umiyyūna lā ya‘lamūnal-kitāba illā amāniyya wa in hum illā yaẓunnūn(a).

আৰু তেওঁলোকৰ মাজত এনেকুৱাও আছে যিসকল নিৰক্ষৰ, কিতাব (তওৰাত) বুজি নাপায়, কেৱল কল্পনা কৰাৰ বাহিৰে আৰু তেওঁলোকে কেৱল অনুমানহে কৰে।