66
Q.S আল-বাকাৰাহ (2:66)
فَجَعَلْنٰهَا نَكَالًا لِّمَا بَيْنَ يَدَيْهَا وَمَا خَلْفَهَا وَمَوْعِظَةً لِّلْمُتَّقِيْنَ
faja‘alnāhā nakālal limā baina yadaihā wa mā khalfahā wa mau‘iẓatal lil-muttaqīn(a).
গতিকে আমি সেই সময়ৰ লোকসকলৰ বাবে আৰু তাৰ পিছত অহাসকলৰ বাবে (এনেকুৱা) সতৰ্কবাণী দিলোঁ আৰু ধৰ্মপৰায়ণসকলৰ বাবে এক শিক্ষা দিলোঁ।