53
Q.S আল-বাকাৰাহ (2:53)
وَاِذْ اٰتَيْنَا مُوْسَى الْكِتٰبَ وَالْفُرْقَانَ لَعَلَّكُمْ تَهْتَدُوْنَ
wa iż ātainā mūsal-kitāba wal-furqāna la‘allakum tahtadūn(a).
আৰু (মনত ৰাখিবা), যেতিয়া আমি মুছাক কিতাব আৰু ফুৰকান দিলোঁ, যাতে তোমালোকক পথ প্ৰদৰ্শন কৰা হয়।