3
Q.S আল-বাকাৰাহ (2:3)
الَّذِيْنَ يُؤْمِنُوْنَ بِالْغَيْبِ وَيُقِيْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ يُنْفِقُوْنَ ۙ
al-lażīna yu'minūna bil-gaibi wa yuqīmūnaṣ-ṣalāta wa mimmā razaqnāhum yunfiqūn(a).
(অৰ্থাৎ) যিসকলে অদৃশ্যক বিশ্বাস কৰে, নামাজ কৰে আৰু আমি তেওঁলোকক দিয়া জীৱিকাৰ কিছু অংশ খৰচ কৰে