263
Q.S আল-বাকাৰাহ (2:263)
۞ قَوْلٌ مَّعْرُوْفٌ وَّمَغْفِرَةٌ خَيْرٌ مِّنْ صَدَقَةٍ يَّتْبَعُهَآ اَذًى ۗ وَاللّٰهُ غَنِيٌّ حَلِيْمٌ
qaulum ma‘rūfuw wa magfiratun khairum min ṣadaqatiy yatba‘uhā ażā(n), wallāhu ganiyyun ḥalīm(un).
আঘাতজনক কৰ্মৰ সৈতে হোৱা দানতকৈ দয়ালু বাক্য আৰু ক্ষমা ভাল। আল্লাহ সৰ্বাধিক ধনী, ক্ষমাশীল।