241
Q.S আল-বাকাৰাহ (2:241)
وَلِلْمُطَلَّقٰتِ مَتَاعٌ ۢبِالْمَعْرُوْفِۗ حَقًّا عَلَى الْمُتَّقِيْنَ
wa lil-muṭallaqāti matā‘um bil-ma‘rūf(i), ḥaqqan ‘alal-muttaqīn(a).
আৰু বিবাহ বিচ্ছেদ হোৱা নাৰীক উপযুক্তভাৱে মুত’ত দিয়া উচিত, ধৰ্মপৰায়ণ ব্যক্তিৰ বাবে বাধ্যবাধকতা হিচাপে।