227
Q.S আল-বাকাৰাহ (2:227)
وَاِنْ عَزَمُوا الطَّلَاقَ فَاِنَّ اللّٰهَ سَمِيْعٌ عَلِيْمٌ
wa in ‘azamuṭ-ṭalāqa fa innallāha samī‘un ‘alīm(un).
আৰু যদি তেওঁলোকে বিবাহ বিচ্ছেদ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হয়, তেন্তে সঁচাকৈয়ে আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।