22
Q.S আল-বাকাৰাহ (2:22)
الَّذِيْ جَعَلَ لَكُمُ الْاَرْضَ فِرَاشًا وَّالسَّمَاۤءَ بِنَاۤءً ۖوَّاَنْزَلَ مِنَ السَّمَاۤءِ مَاۤءً فَاَخْرَجَ بِهٖ مِنَ الثَّمَرٰتِ رِزْقًا لَّكُمْ ۚ فَلَا تَجْعَلُوْا لِلّٰهِ اَنْدَادًا وَّاَنْتُمْ تَعْلَمُوْنَ
allażī ja‘ala lakumul-arḍa firāsyaw was-samā'a binā'ā(n), wa anzala minas-samā'i mā'an fa akhraja bihī minaṡ-ṡamarāti rizqal lakum, falā taj‘alū lillāhi andādaw wa antum ta‘lamūn(a).
(তেওঁৱেই) যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিশ্ৰামৰ স্থান আৰু আকাশক চালি কৰি তুলিলে আৰু তেওঁৱেই আকাশৰ পৰা পানী (বৰষুণ) নমাই দিয়ে, আৰু তাৰ দ্বাৰা তোমালোকৰ বাবে জীৱিকা হিচাপে ফল উৎপন্ন কৰে। এতেকে জানি থাকোতে আল্লাহৰ প্ৰতিদ্বন্দ্বী স্থাপন নকৰিবা।