201
Q.S আল-বাকাৰাহ (2:201)
وَمِنْهُمْ مَّنْ يَّقُوْلُ رَبَّنَآ اٰتِنَا فِى الدُّنْيَا حَسَنَةً وَّفِى الْاٰخِرَةِ حَسَنَةً وَّقِنَا عَذَابَ النَّارِ
wa minhum may yaqūlu rabbanā ātinā fid-dun-yā ḥasanataw wa fil-ākhirati ḥasanataw wa qinā ‘ażāban-nār(i).
আৰু তেওঁলোকৰ ভিতৰত এনেকুৱাও আছে যিয়ে প্ৰাৰ্থনা কৰে, "হে আমাৰ প্ৰভু, আমাক এই পৃথিৱীত মঙ্গল আৰু আখিৰাতত মঙ্গল দিয়ক, আৰু আমাক নৰকৰ শাস্তিৰ পৰা ৰক্ষা কৰক।"