ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)



169

Q.S আল-বাকাৰাহ (2:169)

اِنَّمَا يَأْمُرُكُمْ بِالسُّوْۤءِ وَالْفَحْشَاۤءِ وَاَنْ تَقُوْلُوْا عَلَى اللّٰهِ مَا لَا تَعْلَمُوْنَ

innamā ya'murukum bis-sū'i wal-faḥsyā'i wa an taqūlū ‘alallāhi mā lā ta‘lamūn(a).

সঁচাকৈয়ে (চয়তানে) তোমালোকক কেৱল বেয়া আৰু ঘৃণনীয় কাম কৰিবলৈ আৰু আল্লাহৰ বিষয়ে নজনা কথা ক’বলৈ আজ্ঞা দিয়ে।