157
Q.S আল-বাকাৰাহ (2:157)
اُولٰۤىِٕكَ عَلَيْهِمْ صَلَوٰتٌ مِّنْ رَّبِّهِمْ وَرَحْمَةٌ ۗوَاُولٰۤىِٕكَ هُمُ الْمُهْتَدُوْنَ
ulā'ika ‘alaihim ṣalawātum mir rabbihim wa raḥmah(tun), wa ulā'ika humul-muhtadūn(a).
তেওঁলোকেই নিজৰ প্ৰভুৰ পৰা ক্ষমা আৰু দয়া লাভ কৰে আৰু তেওঁলোকেই হিদায়ত লাভ কৰে।