ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)



153

Q.S আল-বাকাৰাহ (2:153)

يٰٓاَيُّهَا الَّذِيْنَ اٰمَنُوا اسْتَعِيْنُوْا بِالصَّبْرِ وَالصَّلٰوةِ ۗ اِنَّ اللّٰهَ مَعَ الصّٰبِرِيْنَ

yā ayyuhal-lażīna āmanusta‘īnū biṣ-ṣabri waṣ-ṣalāh(ti), innallāha ma‘aṣ-ṣābirīn(a).

হে বিশ্বাসী সকল! ধৈৰ্য্য আৰু প্ৰাৰ্থনাৰে (আল্লাহৰ পৰা) সহায় বিচাৰিব। সঁচাকৈ আল্লাহ ধৈৰ্য্যশীল লোকৰ লগত আছে।