146
Q.S আল-বাকাৰাহ (2:146)
اَلَّذِيْنَ اٰتَيْنٰهُمُ الْكِتٰبَ يَعْرِفُوْنَهٗ كَمَا يَعْرِفُوْنَ اَبْنَاۤءَهُمْ ۗ وَاِنَّ فَرِيْقًا مِّنْهُمْ لَيَكْتُمُوْنَ الْحَقَّ وَهُمْ يَعْلَمُوْنَ
allażīna ātaināhumul-kitāba ya‘rifūnahū kamā ya‘rifūna abnā'ahum, wa inna farīqam minhum layaktumūnal-ḥaqqa wa hum ya‘lamūn(a).
যিসকলক আমি শাস্ত্ৰ (তওৰাত আৰু ইঞ্জেল) দিলোঁ, তেওঁলোকে নিজৰ সন্তানক চিনি পোৱাৰ দৰেই তেওঁক (মহাম্মদ) চিনি পায়। সঁচাকৈয়ে তেওঁলোকৰ কিছুমানে সত্যক জানিও লুকুৱাই ৰাখে।