82
Q.S আল-হিজৰ (15:82)
وَكَانُوْا يَنْحِتُوْنَ مِنَ الْجِبَالِ بُيُوْتًا اٰمِنِيْنَ
wa kānū yanḥitūna minal-jibāli buyūtan āminīn(a).
আৰু তেওঁলোকে শিলৰ পৰা ঘৰ খোদিত কৰিছিল, (যিটোত তেওঁলোকে বাস কৰিছিল) নিৰাপত্তাৰ অনুভূতিৰে।