ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)



60
Q.S আল-হিজৰ (15:60)

اِلَّا امْرَاَتَهٗ قَدَّرْنَآ اِنَّهَا لَمِنَ الْغٰبِرِيْنَ ࣖ

illamra'atahū qaddarnā innahā laminal-gābirīn(a).

তেওঁৰ পত্নীক বাদে আমি নিৰ্ধাৰণ কৰিছো যে তেওঁ (অন্য কাফিৰসকলৰ লগত) পিছ পৰি থকাসকলৰ ভিতৰত এগৰাকী।”