8
Q.S আল-মুৰছালাত (77:8)
فَاِذَا النُّجُوْمُ طُمِسَتْۙ
fa iżan-nujūmu ṭumisat.
গতিকে যেতিয়া তৰাবোৰ মচি পেলোৱা হয়,
2
Q.S আট-টাকৱিৰ (81:2)
وَاِذَا النُّجُوْمُ انْكَدَرَتْۖ
wa iżan-nujūmunkadarat.
আৰু যেতিয়া তৰাবোৰ পতিত হয়,
2
Q.S আল-ইনফিটাৰ (82:2)
وَاِذَا الْكَوَاكِبُ انْتَثَرَتْۙ
wa iżal-kawākibuntaṡarat.
আৰু যেতিয়া পতিত তৰাবোৰ সিঁচৰতি হয়,