23
Q.S আল-ফজৰ (89:23)
وَجِايْۤءَ يَوْمَىِٕذٍۢ بِجَهَنَّمَۙ يَوْمَىِٕذٍ يَّتَذَكَّرُ الْاِنْسَانُ وَاَنّٰى لَهُ الذِّكْرٰىۗ
wa jī'a yauma'iżim bijahannam(a), yauma'iżiy yatażakkarul-insānu wa annā lahuż-żikrā.
আৰু সেইদিনা তেওঁক নৰক দেখুওৱা হ’ব; সেইদিনা মানুহ সচেতন হ’ব, কিন্তু তেওঁৰ চেতনাৰ কোনো কাম নহ’ব।