25
Q.S আল-জিন (72:25)
قُلْ اِنْ اَدْرِيْٓ اَقَرِيْبٌ مَّا تُوْعَدُوْنَ اَمْ يَجْعَلُ لَهٗ رَبِّيْٓ اَمَدًا
qul in adrī aqarībum mā tū‘adūna am yaj‘alu lahū rabbī amadā(n).
কওক (হে মহম্মদ) “তোমাক যি শাস্তি দি ভাবুকি দিয়া হৈছে, সেই শাস্তি ওচৰ চাপিছে নে মোৰ প্ৰভুৱে আগন্তুক সময় নিৰ্ধাৰণ কৰিছে নে নাই মই নাজানো।”