19
Q.S আল-জিন (72:19)
وَّاَنَّهٗ لَمَّا قَامَ عَبْدُ اللّٰهِ يَدْعُوْهُ كَادُوْا يَكُوْنُوْنَ عَلَيْهِ لِبَدًاۗ ࣖ
wa annahū lammā qāma ‘abdullāhi yad‘ūhu kādū yakūnūna ‘alaihi libadā(n).
আৰু সঁচাকৈ যেতিয়া আল্লাহৰ বান্দা (মহম্মদ) তেওঁৰ ইবাদত কৰিবলৈ (নামাজ কৰিবলৈ) থিয় হ’ল, তেতিয়া তেওঁলোকে (জিনসকলে) তেওঁৰ চাৰিওফালে ভিৰ কৰিলে।