ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)



14

Q.S আল-জিন (72:14)

وَّاَنَّا مِنَّا الْمُسْلِمُوْنَ وَمِنَّا الْقٰسِطُوْنَۗ فَمَنْ اَسْلَمَ فَاُولٰۤىِٕكَ تَحَرَّوْا رَشَدًا

wa annā minnal-muslimūna wa minnal-qāsiṭūn(a), faman aslama fa ulā'ika taḥarrau rasyadā(n).

আৰু আমাৰ মাজত মুছলমান আৰু সত্যৰ পৰা বিচ্যুত হোৱাসকলো আছে। যিসকল মুছলমান তেওঁলোকে সৰল পথ বাছি লৈছে।