1
Q.S আল-মুনাফিকুন (63:1)
اِذَا جَاۤءَكَ الْمُنٰفِقُوْنَ قَالُوْا نَشْهَدُ اِنَّكَ لَرَسُوْلُ اللّٰهِ ۘوَاللّٰهُ يَعْلَمُ اِنَّكَ لَرَسُوْلُهٗ ۗوَاللّٰهُ يَشْهَدُ اِنَّ الْمُنٰفِقِيْنَ لَكٰذِبُوْنَۚ
iżā jā'akal-munāfiqūna qālū nasyhadu innaka larasūlullāh(i), wallāhu ya‘lamu innaka larasūluh(ū), wallāhu yasyhadu innal-munāfiqīna lakāżibūn(a).
যেতিয়া মুনাফিকসকলে আপোনাৰ ওচৰলৈ আহে (হে মহম্মদ) তেতিয়া তেওঁলোকে কয়, "আমি সাক্ষী দিওঁ যে আপুনি আল্লাহৰ ৰাছুল।" আৰু আল্লাহে জানে যে আপুনি সঁচাকৈয়ে তেওঁৰ ৰাছুল; আৰু আল্লাহে সাক্ষ্য দিয়ে যে মনাফিকসকল সঁচাকৈয়ে মিছলীয়া।