33
Q.S আল-আহকাফ (46:33)
اَوَلَمْ يَرَوْا اَنَّ اللّٰهَ الَّذِيْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَلَمْ يَعْيَ بِخَلْقِهِنَّ بِقٰدِرٍ عَلٰٓى اَنْ يُّحْيِ َۧ الْمَوْتٰى ۗبَلٰٓى اِنَّهٗ عَلٰى كُلِّ شَيْءٍ قَدِيْرٌ
awalam yarau annallāhal-lażī khalaqas-samāwāti wal-arḍa wa lam ya‘ya bikhalqihinna biqādirin ‘alā ay yuḥyiyal-mautā, balā innahū ‘alā kulli syai'in qadīr(un).
আৰু তেওঁলোকে নেদেখেনে যে আল্লাহে আকাশ-পৃথিৱী সৃষ্টি কৰিছে আৰু সেইবোৰ সৃষ্টি কৰাত ক্লান্ত নহয়, আৰু মৃতক জীৱিত কৰাৰ ক্ষমতা তেওঁৰ আছে? সঁচাকৈয়ে তেওঁৰ সকলো বস্তুৰ ওপৰত ক্ষমতা আছে।