23
Q.S আল-আহকাফ (46:23)
قَالَ اِنَّمَا الْعِلْمُ عِنْدَ اللّٰهِ ۖوَاُبَلِّغُكُمْ مَّآ اُرْسِلْتُ بِهٖ وَلٰكِنِّيْٓ اَرٰىكُمْ قَوْمًا تَجْهَلُوْنَ
qāla innamal ‘ilmu ‘indallāh(i), wa uballigukum mā ursiltu bihī wa lākinnī arākum qauman tajhalūn(a).
তেওঁ (হুদে) ক’লে, “সঁচাকৈয়ে জ্ঞান (সেইটোৰ) কেৱল আল্লাহৰ আৰু মই (কেৱল) মোৰ ওপৰত যি অৱতীৰ্ণ হৈছে, সেই কথা তোমালোকক জনাই দিওঁ, কিন্তু মই দেখিছোঁ যে তোমালোক মূৰ্খৰ দৰে কাম কৰা লোক।”