46
Q.S ফুচিলাট (41:46)
مَنْ عَمِلَ صَالِحًا فَلِنَفْسِهٖ ۙوَمَنْ اَسَاۤءَ فَعَلَيْهَا ۗوَمَا رَبُّكَ بِظَلَّامٍ لِّلْعَبِيْدِ ۔
man ‘amila ṣāliḥan fa linafsih(ī), wa man asā'a fa ‘alaihā, wa mā rabbuka biẓallāmil lil-‘abīd(i).
যিয়ে ভাল কাম কৰে তেওঁৰ (পুৰস্কাৰ) নিজৰ বাবে আৰু যিয়ে বেয়া কাম কৰে তেওঁৰ (পাপ) নিজৰ দায়িত্ব। আৰু আপোনাৰ প্ৰভুৱে (তেওঁৰ) বান্দাসকলৰ ওপৰত একেবাৰেই অন্যায় নকৰে।