17
Q.S ফুচিলাট (41:17)
وَاَمَّا ثَمُوْدُ فَهَدَيْنٰهُمْ فَاسْتَحَبُّوا الْعَمٰى عَلَى الْهُدٰى فَاَخَذَتْهُمْ صٰعِقَةُ الْعَذَابِ الْهُوْنِ بِمَا كَانُوْا يَكْسِبُوْنَ ۚ
wa ammā ṡamūdu fa hadaināhum fastaḥabbul-‘amā ‘alal-hudā fa akhażathum ṣā‘iqatul-‘ażābil-hūni bimā kānū yaksibūn(a).
আৰু চামুদৰ লোকসকলৰ কথা ক’বলৈ গ’লে, আমি তেওঁলোকক হিদায়ত দিলোঁ কিন্তু তেওঁলোকে হিদায়ততকৈ অন্ধতা (বিপথে পৰিচালিত)ক বেছি পছন্দ কৰিছিল, গতিকে তেওঁলোকে কৰা কামৰ বাবেই তেওঁলোকক অপমানজনক শাস্তি হিচাপে বিজুলীৰ আঘাতত আঘাত কৰা হৈছিল।