66
Q.S আল-আহজাব (33:66)
يَوْمَ تُقَلَّبُ وُجُوْهُهُمْ فِى النَّارِ يَقُوْلُوْنَ يٰلَيْتَنَآ اَطَعْنَا اللّٰهَ وَاَطَعْنَا الرَّسُوْلَا۠
yauma tuqallabu wujūhuhum fin-nāri yaqūlūna yā laitanā aṭa‘nallāha wa aṭa‘nar-rasūlā.
যিদিনা (যেতিয়া) নৰকত তেওঁলোকৰ মুখ ওলোটা হ’ব, সেইদিনা তেওঁলোকে ক’ব, “হে, আমি আল্লাহৰ আজ্ঞা পালন কৰা হ’লে ভাল আছিল আৰু ৰাছুলৰ আজ্ঞা পালন কৰা হ’লে ভাল আছিল”।