39
Q.S আল-আহজাব (33:39)
ۨالَّذِيْنَ يُبَلِّغُوْنَ رِسٰلٰتِ اللّٰهِ وَيَخْشَوْنَهٗ وَلَا يَخْشَوْنَ اَحَدًا اِلَّا اللّٰهَ ۗوَكَفٰى بِاللّٰهِ حَسِيْبًا
allażīna yuballigūna risālātillāhi wa yakhsyaunahū wa lā yakhsyauna aḥadan illallāh(a), wa kafā billāhi ḥasībā(n).
(অৰ্থাৎ) যিসকলে আল্লাহৰ বাৰ্তা প্ৰেৰণ কৰে, যিসকলে তেওঁক ভয় কৰে আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। আৰু হিচাবকাৰী হিচাপে আল্লাহ যথেষ্ট।