24
Q.S আল-আহজাব (33:24)
لِّيَجْزِيَ اللّٰهُ الصّٰدِقِيْنَ بِصِدْقِهِمْ وَيُعَذِّبَ الْمُنٰفِقِيْنَ اِنْ شَاۤءَ اَوْ يَتُوْبَ عَلَيْهِمْ ۗاِنَّ اللّٰهَ كَانَ غَفُوْرًا رَّحِيْمًاۚ
liyajziyallāhuṣ-ṣādiqīna biṣidqihim wa yu‘ażżibal-munāfiqīna in syā'a au yatūba ‘alaihim, innallāha kāna gafūrar raḥīmā(n).
যাতে আল্লাহে সৎ লোকসকলক তেওঁলোকৰ সৎকৰ্মৰ পুৰস্কাৰ দিব আৰু মনাফিকসকলক যদি ইচ্ছা কৰে, বা তেওঁলোকৰ তওবা গ্ৰহণ কৰে তেন্তে শাস্তি দিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।