80
Q.S আল-কাছাছ (28:80)
وَقَالَ الَّذِيْنَ اُوْتُوا الْعِلْمَ وَيْلَكُمْ ثَوَابُ اللّٰهِ خَيْرٌ لِّمَنْ اٰمَنَ وَعَمِلَ صَالِحًا ۚوَلَا يُلَقّٰىهَآ اِلَّا الصّٰبِرُوْنَ
wa qālal-lażīna ūtul-‘ilma wailakum ṡawābullāhi khairul liman āmana wa ‘amila ṣāliḥā(n), wa lā yulaqqāhā illaṣ-ṣābirūn(a).
কিন্তু যিসকলে জ্ঞানৰ দান লাভ কৰিছে তেওঁলোকে কয়, "তোমালোকৰ ধিক্! জানি থোৱা যে আল্লাহৰ পুৰস্কাৰ ঈমান কৰা আৰু ভাল কাম কৰাসকলৰ বাবে উত্তম, আৰু সেই (মহান পুৰস্কাৰ) কেৱল ধৈৰ্য্যশীল লোকৰ দ্বাৰাহে পোৱা যায়।"