66
Q.S আল-কাছাছ (28:66)
فَعَمِيَتْ عَلَيْهِمُ الْاَنْۢبَاۤءُ يَوْمَىِٕذٍ فَهُمْ لَا يَتَسَاۤءَلُوْنَ
fa ‘amiyat ‘alaihimul-ambā'u yauma'iżin fahum lā yatasā'alūn(a).
গতিকে সেইদিনা তেওঁলোকৰ সকলো ধৰণৰ কাৰণত আন্ধাৰ হৈ পৰিল, গতিকে ইজনে সিজনক প্ৰশ্ন কৰা নাছিল।