ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)



56

Q.S আল-কাছাছ (28:56)

اِنَّكَ لَا تَهْدِيْ مَنْ اَحْبَبْتَ وَلٰكِنَّ اللّٰهَ يَهْدِيْ مَنْ يَّشَاۤءُ ۚوَهُوَ اَعْلَمُ بِالْمُهْتَدِيْنَ

innaka lā tahdī man aḥbabta wa lākinnallāha yahdī may yasyā'(u), wa huwa a‘lamu bil-muhtadīn(a).

সঁচাকৈ আপুনি (মহম্মদে) ভালপোৱাসকলক পথ প্ৰদৰ্শন কৰিব নোৱাৰে, কিন্তু আল্লাহে যিসকলক ইচ্ছা কৰে তেওঁলোকক পথ প্ৰদৰ্শন কৰে, আৰু যিসকলে হিদায়ত লাভ কৰিবলৈ ইচ্ছুক, তেওঁলোকক তেওঁ ভালকৈ জানে।