ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)



51

Q.S আল-কাছাছ (28:51)

۞ وَلَقَدْ وَصَّلْنَا لَهُمُ الْقَوْلَ لَعَلَّهُمْ يَتَذَكَّرُوْنَ ۗ

wa laqad waṣṣalnā lahumul-qaula la‘allahum yatażakkarūn(a).

আৰু সঁচাকৈ আমি এই কথাবোৰ (কোৰআন) তেওঁলোকৰ ওচৰলৈ প্ৰেৰণ কৰিছো যাতে তেওঁলোকে সদায় মনত ৰাখিব পাৰে।