44
Q.S আল-কাছাছ (28:44)
وَمَا كُنْتَ بِجَانِبِ الْغَرْبِيِّ اِذْ قَضَيْنَآ اِلٰى مُوْسَى الْاَمْرَ وَمَا كُنْتَ مِنَ الشّٰهِدِيْنَ ۙ
wa mā kunta bijānibil-garbiyyi iż qaḍainā ilā mūsal-amra wa mā kunta minasy-syāhidīn(a).
আৰু আপুনি (মহম্মদ) পশ্চিমত (তুৱাৰ পবিত্ৰ উপত্যকাৰ) নাছিল যেতিয়া আমি মুছাৰ ওচৰত এই আজ্ঞা দিছিলো, আৰু আপুনি (সেই ঘটনাৰ) সাক্ষী হোৱা লোকসকলৰ মাজত নাছিল (ও)।