42
Q.S আল-কাছাছ (28:42)
وَاَتْبَعْنٰهُمْ فِيْ هٰذِهِ الدُّنْيَا لَعْنَةً ۚوَيَوْمَ الْقِيٰمَةِ هُمْ مِّنَ الْمَقْبُوْحِيْنَ ࣖ
wa atba‘nāhum fī hāżihid-dun-yā la‘nah(tan), wa yaumal-qiyāmati hum minal-maqbūḥīn(a).
আৰু আমি তেওঁলোকক এই পৃথিৱীত অভিশাপ দিলোঁ; আনহাতে কিয়ামতৰ দিনা তেওঁলোক সেইসকলৰ ভিতৰত থাকিব যিসকলক (আল্লাহৰ ৰহমত) আঁতৰাই ৰখা হ’ব।