ISLAM AL-HAQ: QURAN & HADITH
(The True Islam)



33

Q.S আল-কাছাছ (28:33)

قَالَ رَبِّ اِنِّيْ قَتَلْتُ مِنْهُمْ نَفْسًا فَاَخَافُ اَنْ يَّقْتُلُوْنِ

qāla rabbi innī qataltu minhum nafsan fa'akhāfu ay yaqtulūn(i).

তেওঁ (মোচিয়ে) ক’লে, “হে মোৰ প্ৰভু, মই সঁচাকৈয়ে তেওঁলোকৰ দলৰ কোনোবা এজনক হত্যা কৰিলোঁ, গতিকে তেওঁলোকে মোক হত্যা কৰিব বুলি ভয় খাইছো।