17
Q.S আল-কাছাছ (28:17)
قَالَ رَبِّ بِمَآ اَنْعَمْتَ عَلَيَّ فَلَنْ اَكُوْنَ ظَهِيْرًا لِّلْمُجْرِمِيْنَ
qāla rabbi bimā an‘amta ‘alayya falan akūna ẓahīral lil-mujrimīn(a).
তেওঁ (মোচিয়ে) ক’লে, "হে মোৰ প্ৰভু! আপুনি মোক যি অনুগ্ৰহ প্ৰদান কৰিলে, মই পাপীসকলৰ সহায়ক নহ'ম।"