10
Q.S আল-কাছাছ (28:10)
وَاَصْبَحَ فُؤَادُ اُمِّ مُوْسٰى فٰرِغًاۗ اِنْ كَادَتْ لَتُبْدِيْ بِهٖ لَوْلَآ اَنْ رَّبَطْنَا عَلٰى قَلْبِهَا لِتَكُوْنَ مِنَ الْمُؤْمِنِيْنَ
wa aṣbaḥa fu'ādu ummi mūsā fārigā(n), in kādat latubdī bihī lau lā ar rabaṭnā ‘alā qalbihā litakūna minal-mu'minīn(a).
আৰু মুছাৰ মাকৰ হৃদয়খন শূন্য হৈ পৰিল। সঁচাকৈয়ে তেওঁ প্ৰায় প্ৰকাশ কৰিছিল (মুছাৰ বিষয়ে গোপন কথা), যদি আমি তেওঁৰ হৃদয়ক শক্তিশালী নকৰিলোহেঁতেন, যাতে তেওঁ (আল্লাহৰ প্ৰতিজ্ঞাত) বিশ্বাস কৰাসকলৰ ভিতৰত থাকে।